Install App
mobarak.officialpage
This browser does not support the video element.
জলহ ভাগ: মথনগুৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত পূজাস্থলিত উপস্থিত মানাহ বিধানসভা সমষ্টিৰ বিজেপি দলৰ যুৱনেতা নিলকমল দাস
Jalah Part, Baksa | Oct 1, 2025
আজি মহানবমী, দুৰ্গা পূজাৰ মহানবমী ৰাতিত বাক্সা জিলাৰ ২০নং মথনগুৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত আয়োজিত পূজাস্থলিত উপস্থিত হৈ সকলোৰে কুশল মংগল কামনা কৰি মাৰ চৰনত সেৱা জনাই মানাহ বিধান সভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ নেতা নিলকমল দাসে আৰু তেওঁৰ সৈতে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!