This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: এগৰাকী কন্যা শিশুক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগত এগৰাকী লোকক আটক কৰি ঢেকীয়াজুলি থানাত জেৰা অব্যাহত
Dhekiajuli Part, Sonitpur | Sep 9, 2025
এগৰাকী কন্যা শিশুক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগত এগৰাকী লোকক আটক কৰি ঢেকীয়াজুলি থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত ৫০ উৰ্ধৰ লোকজনে এগৰাকী কন্যা শিশুক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছে ৷ এই সন্দৰ্ভত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ পৰা লোকজনক আটক কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ তদন্তৰ পিছতে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ৷