Download Now Banner

This browser does not support the video element.

ধেমাজি: মিংমাং কৈলাশপুৰত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী, উপস্থিত দলৰ সভাপতি অখিল গগৈ

Dhemaji, Dhemaji | Sep 9, 2025
মিংমাং কৈলাশপুৰত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী, উপস্থিত দলৰ সভাপতি অখিল গগৈ।মঙ্গল বাৰে এক বজাত মিংমাং কৈলাশপুৰত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।আজি উক্ত সভাত কংগ্ৰেছ, বিজেপি আৰু অসম জাতীয় পৰিষদকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ পৰা শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে।
Read More News
T & CPrivacy PolicyContact Us