Download Now Banner

This browser does not support the video element.

জলহ ভাগ: গোৱৰ্দ্ধনাত আগন্তুক বিটিচি নিৰ্বাচন লৈ জনসম্পৰ্ক অভিযান

Jalah Part, Baksa | Sep 4, 2025
গোৱৰ্দ্ধনাত আগন্তুক বিটিচি নিৰ্বাচন লৈ জনসম্পৰ্ক অভিযান। বিটিচি নিৰ্বাচন লৈ ব্যস্ত হৈ পৰিছে প্ৰতিটোদলে তাৰ মাজতে পিছ পৰি থকা নাই বিজেপিয়ে। আজি ভাৰতীয় জনতা পাৰ্টিৰ গোৱৰ্দ্ধনা মণ্ডলৰ সভাপতি সুজিত সৰকাৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশত গোৱৰ্দ্ধনাত জনসম্পৰ্ক অভিযান অনুষ্ঠিত কৰে । আজিৰ এই জন সম্পৰ্ক অভিযানত ভাৰতীয় জনতা পাৰ্টিৰ গোৱৰ্দ্ধনা মণ্ডলৰ বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে উপস্থিত থাকে ।
Read More News
T & CPrivacy PolicyContact Us