Download Now Banner

This browser does not support the video element.

পলাশবাৰী: শিকাৰহাটীত কোচ ৰাজবংশী লোকনৃত্য, গীত আৰু বাদ্যৰ কৰ্মশালাৰ সফল সামৰণি অনুষ্ঠানত উপস্থিত বিধায়ক হেমাংগ ঠাকুৰীয়া

Palasbari, Kamrup | Aug 24, 2025
দেওবাৰে শিকাৰহাটীত কোচ ৰাজবংশী লোকনৃত্য, গীত আৰু বাদ্যৰ কৰ্মশালাৰ সফল সামৰণি। উপস্থিত থাকে বিধায়ক হেমাংগ ঠাকুৰীয়া। দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী ছ'ছাইটি আৰু দক্ষিণ কামৰূপ জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত হৈছিল কৰ্মশালাৰ। কৰ্মশালাৰ অন্তত বিধায়ক হেমাংগ ঠাকুৰীয়াই প্ৰশিক্ষাৰ্থী সকলক প্ৰদান কৰে মানপত্ৰ।
Read More News
T & CPrivacy PolicyContact Us