This browser does not support the video element.
বোকাখাত: নুমলীগড়ত প্ৰধানমন্ত্ৰী ভ্ৰমণ সন্দৰ্ভত যান-বাহন, পথ নিৰ্দেশনা গোলাঘাট জিলা প্ৰশাসনৰ,সংবাদমেল সম্বোধন জিলা আৰক্ষী অধীক্ষকৰ
Bokakhat, Golaghat | Sep 13, 2025
নুমলীগড়ত প্ৰধানমন্ত্ৰী ভ্ৰমণ সন্দৰ্ভত শনিবাৰে বিয়লি প্ৰায় ৪ মান বজাত যান-বাহন,পথ নিৰ্দেশনা গোলাঘাট জিলা প্ৰশাসনৰ। সংবাদমেল সম্বোধন জিলা আৰক্ষী অধীক্ষকৰ। আৰক্ষী অধীক্ষক ৰাজেন সিঙে দেওবাৰে নুমলীগড়ত উপস্থিত হবলগা প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সন্দৰ্ভত আজি সংবাদমেলযোগে যান-বাহন আৰু পথ নিৰ্দেশনা প্ৰদান কৰে। বিশেষকৈ ১ লাখতকৈও অধিক জনসাধাৰণ সমাগম হব লগা কাইলৈ অনুষ্ঠানটো সুচাৰুৰূপে সম্পন্ন কৰাৰ স্বাৰ্থত কোনো লোকৰ যাতে অসুবিধা নহয় তাৰ বাবে আগতীয়াকৈ জাৰি কৰিছে এই নিৰ্দেশনা।