This browser does not support the video element.
বিশ্বনাথ: বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যলয়ত ড্ৰাগছ সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত জৰুৰী বৈঠক
Biswanath, Biswanath | Sep 10, 2025
বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ত আজি এনচিঅ’আৰডি কমিটীৰ মাহেকীয়া পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বিশ্বনাথ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসৰ অধ্যক্ষতাত জৰুৰী বৈঠকত ড্ৰাগছ সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়। এই সভাত জিলা আৰক্ষী অধীক্ষক সুবাশীষ বৰুৱা, অতিৰিক্ত আয়ুক্ত ৰাকেশ ডেকাকে ধৰি এনচিঅ' আৰ ডি কমিটিৰ অন্যান্য সদস্যসকল উপস্থিত থাকে।