This browser does not support the video element.
বিশ্বনাথ: ননকে জাপৰিগুৰিত উচ্ছেদিত ভূমিত গছপুলি ৰোপণ জিলা প্ৰশাসনৰ, বিধায়ক আৰু জিলা আয়ুক্তৰ অংশগ্ৰহণ
Biswanath, Biswanath | Aug 27, 2025
বিশ্বনাথৰ ননকে জাপৰিগুৰিত উচ্ছেদিত ভূমিত গছপুলি ৰোপণ। আজি বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত নিম গমাৰী আদিকে ধৰি ২০০০ হাজাৰ জোপা গছ উচ্ছেদিত স্থানত ৰোপন কৰা হয় ৷ এম জি এনৰেগা আচঁনিৰ অধীনত ২৪ লাখ টকা ব্যয় সাপক্ষ্যে এই গছপুলি আনুষ্ঠানিকভাবে ৰোপণ কৰা হয়৷ এই কাৰ্যসূচীত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসৰ লগতে উচ্চপদস্থ বিষয়া, বন বিষয়া, বন কৰ্মীকে আদি কৰি শতাধিক লোক উপস্থিত থাকি গছপুলি ৰোপন কৰে।