This browser does not support the video element.
নলবাৰী: ম’হখলিৰ চাঞ্চল্যকৰ ডকাইতি তথা হত্যাকাণ্ডক লৈ নলবাৰীত DIG ইন্দ্ৰানী বৰুৱাৰ সংবাদমেল
Nalbari, Nalbari | Sep 12, 2025
নলবাৰী ম’হখলিৰ চাঞ্চল্যকৰ ডকাইতি তথা হত্যাকাণ্ডক লৈ DIG ইন্দ্ৰানী বৰুৱাৰ সংবাদমেল। ঘটনা সন্দৰ্ভত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে চাৰিজনক। গ্ৰেপ্তাৰ কৰা লোককেইজন হ’ল- মৃণ্ময় বেজবৰুৱা, ভাস্কৰজ্যোতি ডেকা, ৰূপম বেজবৰুৱা আৰু পূজা ৰাজবংশী। এতিয়াও পলাতক হৈ আছে আন এজন অভিযুক্ত। বহিঃৰাজ্যত আত্মগোপন কৰি আছে পলাতক অভিযুক্তই।