Install App
usr509065
This browser does not support the video element.
মৰাণ: খোৱাং চাহ বাগিচাত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কৰম পূজা আৰু সন্মিলন, কৰম পূজাত অংশগ্ৰহণ কৰিলে শ শ চাহ বাগিচা শ্ৰমিকে
Moran, Dibrugarh | Sep 14, 2025
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে খোৱাং চাহ বাগিচাত চাহ জনগোষ্ঠীৰ ৰাইজে ধৰ্মীয় ৰীতি নীতিৰে কৰম পূজা আৰু আৰু সন্মিলন অনুষ্ঠিত কৰিছে । বাগিচাখনৰ পূজা খেলপথাৰত এইবাৰ ৩০ সংখ্যক কৰম পূজা আৰু সন্মিলন অনুষ্ঠিত হৈছে। সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে আৰম্ভ হয় কৰম পূজা। কৰম পুজাৰ শুভাৰম্ভণি অনুষ্ঠানত সমাজকৰ্মী পৰাগ দত্ত উপস্থিত হৈ কৰম ধৰ্মীয় অনুষ্ঠানভাগিত ভাগ লোৱাৰ লগতে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!