Download Now Banner

This browser does not support the video element.

নলবাৰী: জুবিন গাৰ্গৰ নামত নগৰীয়া বন উদ্যান হ'ব।বন উদ্যানত থাকিব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

Nalbari, Nalbari | Sep 26, 2025
জুবিন গাৰ্গৰ নামত নগৰীয়া বন উদ্যান হ'ব।বন উদ্যানত থাকিব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। পূৰ্ব ভাৰতীৰ লগত সংলগ্ন কৰি স্থাপন কৰা হ'ব জুবিন গাৰ্গৰ গীতৰ সংগ্ৰাহলায়।সংগ্ৰাহলয়ত ডিজিটেলি সংৰক্ষণ কৰা হ'ব জুবিন গাৰ্গে বিভিন্ন ভাষাত গোৱা ৩৮ হাজাৰ গীত। ১৯ অক্টোবৰত জুবিন গাৰ্গৰ চিতাভস্ম ৰাখি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হ'ব।পাগলাদিয়া নদীত বিসৰ্জন দিয়া হ'ব চিতাভস্ম।
Read More News
T & CPrivacy PolicyContact Us