Install App
nalbarinews
This browser does not support the video element.
নলবাৰী: খাতাবাৰীত শ্ৰীশ্ৰী গণেশ পুজা পালন,ৰাতিপুৱাৰে পৰা বিভিন্ন আধ্যাত্মিক কাৰ্য্যসূচীৰে উদযাপন কৰা হৈছে সিদ্ধি বিনায়কৰ পূজা
Nalbari, Nalbari | Aug 27, 2025
নলবাৰীৰ খাতাবাৰীত শ্ৰীশ্ৰী গণেশ পুজা পালন।ৰাতিপুৱাৰে পৰা বিভিন্ন আধ্যাত্মিক কাৰ্য্যসূচীৰে উদযাপন কৰা হৈছে সিদ্ধি বিনায়ক গণেশৰ পূজা।ইফালে বিভিন্ন প্ৰান্তৰ ভক্ত ই ভীৰ কৰে পূজাস্থলীত । সন্ধিয়া গণেশ পুজা উপলক্ষে নাগৰা নাম পৰিবেশন কৰা হয় ।উল্লেখযোগ্য য়ে গণেশ পূজা ক লৈ উখল মাখল পৰিবেশ বিৰাজ কৰিছে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!