This browser does not support the video element.
নলবাৰী: চহৰস্থিত জিলা পুথিভড়ালত অনুষ্ঠিত হয় স্বৰ্গীয় শুক্লেশ্বৰ মেধিৰ সোৱৰণত স্মাৰক বক্তৃতা অনুষ্ঠান
Nalbari, Nalbari | Aug 30, 2025
শুক্লেশ্বৰ মেধি স্মৃতি ন্যাস, নলবাৰীৰ উদ্যোগত আজি নলবাৰী জিলা পুথিভড়ালত অনুষ্ঠিত হয় স্বৰ্গীয় শুক্লেশ্বৰ মেধিৰ সোৱৰণত অষ্টাদশ বাৰ্ষিক স্মাৰক বত্তৃতানুষ্ঠান ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে শিশু সাহিত্য ন্যাস, অসমৰ সচিব হৃষিকেশ গোস্বামীয়ে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱাকে ধৰি বিশিষ্ট ব্যক্তি।