This browser does not support the video element.
ওদালগুৰি: মাজবাটত পাঁচনৈ চেৰফাং সমষ্টিৰ নিৰ্বাচনী কাৰ্যালয় শুভ উদ্ধোধন কৰে বিধায়ক চৰণ বড়োবে
Udalguri, Udalguri | Sep 9, 2025
ওদালগুৰি জিলাৰ মাজবাট টাউনত ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ অস্থায়ী নিৰ্বাচনী কাৰ্যালয় BPF দলৰ প্ৰাৰ্থী শ্ৰী শ্যাম চুণ্ডিৰ সৈতে দলৰ কৰ্মী, শুভাকাঙ্ক্ষীৰ উপস্থিতিত মুকলি কৰে ৪৭নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়োবে ৷ লগতে বহু কেইগৰাকী নতুন সদস্যই বিপিএফত দলত যোগদান কৰাত বিধায়কে আদৰনি জনায় । অনুষ্ঠানত ৰাইজৰ সহশ্ৰাধিক সমাগমে এটা কথাই নিশ্চিত কৰিছে যে এইবাৰ পাঁচনৈ চেৰফাং সমষ্টিত ৰাইজে BPF দলক পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি বিধায়ক চৰণ বড়োবে প্ৰকাশ কৰিছে ।