This browser does not support the video element.
সোণাৰি: জিলা আয়ুক্ত সভাকক্ষত আয়ুক্তৰ উপস্থিতিত দূৰ্গা পূজা বোনাছ সম্পৰ্কে আলোচনা সম্পন্ন
Sonari, Charaideo | Sep 25, 2025
চৰাইদেউ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত চাহ বাগিছাৰ কৰ্মচাৰীসকলৰ বোনাছ পৰিশোধৰ সম্পৰ্কে আলোচনাত মিলিত হয় জিলা আয়ুক্ত ডাঃ নেহা যাদৱ।জিলাখনত সুকলমে দুৰ্গা পূজা উদযাপনৰ বাবে চাহ বাগিছাৰ কৰ্মচাৰীসকলক বোনাছ পৰিশোধৰ বিষয়ে আলোচনা কৰিবলৈ আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়।বৈঠকখনত চৰাইদেউৰ জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত আয়ুক্ত, শ্ৰমিক আধিকাৰীকে প্ৰমুখ্যে কৰি বিভাগীয় অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।