Download Now Banner

This browser does not support the video element.

নলবাৰী: বালিকৰিয়াৰ মালিপাৰা নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি পালন

Nalbari, Nalbari | Aug 25, 2025
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীৰ ভিন্ন স্থানৰ লগতে বালিকৰিয়া মালিপাৰা নামঘৰত শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰা হয়। মালিপাৰা চুবুৰী বাসীৰ লগতে বৃহত্তৰ বালিকৰিয়া বাসী ৰাইজৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে হৰিনামৰে মুখৰিত হৈ পৰে।
Read More News
T & CPrivacy PolicyContact Us