Install App
shivbhakti
This browser does not support the video element.
উত্তৰ গুৱাহাটী ভাগ: বাইহাটাত ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী,গোৱালপাৰা মহাবিদ্যালয়ৰ নিৰ্যাতিতা ছাত্ৰীৰ ন্যায়ৰ বাবে প্ৰতিবাদ
North Guwahati Part, Kamrup | Sep 13, 2025
শনিবাৰে বাইহাটা চাৰিআলিত ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী । পূৱ কামৰূপ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ সদস্য সকলে সাৱ্যস্ত কৰে এই প্ৰতিবাদ । গোৱালপাৰা মহাবিদ্যালয়ৰ নিৰ্যাতিতা ছাত্ৰী গৰাকীয়ে ন্যায় প্ৰাপ্তিৰ বাবে এনেদৰে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!