Install App
shivbhakti
This browser does not support the video element.
উত্তৰ গুৱাহাটী ভাগ: আমিনগাঁৱত অত্যাধুনিক শৰাইঘাট লেক পাৰ্ক মুকলি কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই,উপস্থিত থাকে মন্ত্ৰী,বিধায়ক
North Guwahati Part, Kamrup | Aug 4, 2025
সোমবাৰে আমিনগাঁৱত শৰাইঘাট লেক পাৰ্ক মুকলি কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ পৰ্যটন ক্ষেত্ৰত হ'ল নৱতম সংযোজন।আজি আনুষ্ঠানিক ভাৱে মুখ্যমন্ত্ৰীয়ে মুকলি কৰে অত্যাধুনিক Sarighat lack Park. অসম পৰ্যটন বিভাগৰ দ্বাৰা নিৰ্মিত এই পাৰ্ক খন। মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী ৰঞ্জিত দাস, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বিধায়ক ভৱেশ কলিতা, দিগন্ত কলিতা।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!