Download Now Banner

This browser does not support the video element.

পশ্চিম নলবাৰী: পশ্চিম নলবাৰীৰ সাহপুৰ ৰাজঘাটত ১০৫ বছৰীয়া ধৰ্মপুৰ জ্ঞানদায়িনী সভাৰ শ্ৰী শ্ৰী দুৰ্গা মন্দিৰত চোৰে চলালে লুটপাত

Pachim Nalbari, Nalbari | Aug 25, 2025
নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত সাহপুৰ ৰাজঘাটৰ এশ পাঁচ বছৰীয়া ধৰ্মপুৰ জ্ঞানদায়িনী সভা দুৰ্গা পূজাৰ শ্ৰীশ্ৰী দুৰ্গান্দিৰত নিশা চোৰে চলালে লুটপাত ৷ জানিব পৰা মতে চোৰে দুৰ্গা পূজা সমিতিৰ ভড়াল ঘৰত বাৰান্দাৰ ওপৰৰ ভেন্টিলেচনেৰে ভিতৰত প্ৰৱেশ কৰে আৰু লুটপাত চলাই ভড়াল ঘৰৰ পিছফালৰ দুৱাৰৰ তলা ভাঙি চোৰ ওলাই যায় ৷ চোৰে ভড়াল ঘৰৰ পৰা পিটলৰ হেন্দেল গামলা, ৬ খন পিটলৰ কোৰাচ, ১০ খন ষ্টিলৰ কৰচ চুৰি কৰি নিয়ে
Read More News
T & CPrivacy PolicyContact Us