Download Now Banner

This browser does not support the video element.

ধেমাজি: ধেমাজিত বিভিন্ন দেৱী দুৰ্গাৰ পূজা উদযাপন সমিতিলৈ আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান, উপস্থিত DAC GM, মণ্ডল সভাপতি সকল

Dhemaji, Dhemaji | Sep 29, 2025
শক্তিৰ অধিষ্ঠাতি দেৱী মা দুৰ্গাৰ আৰ্শীবাদ গ্ৰহন কৰি সোমবাৰে আবেলি চাৰি মান বজাত ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত বিভিন্ন পূজা মণ্ডপ স্থলীত অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰনোজ পেগু য়ে প্ৰেৰণ কৰা আৰ্থিক অনুদান বিতৰণ কৰে। বিতৰণ কৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা লগতে আগন্তুক দিনত নিজা সমষ্টিৰ পূজা স্থলী বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা লক্ষ্যৰে বিভিন্ন বিষয়ৰ ওপৰত আলোচ
Read More News
T & CPrivacy PolicyContact Us