This browser does not support the video element.
হোজাই: জোৰাপুখুৰীস্হিত জিলা অসামৰিক চিকিৎসালয়ৰ সন্মূখত থকা গণেশ মন্দিৰত ৪ দিনিয়া কাৰ্য্যসূচীৰে গণেশ পূজা অনুষ্ঠিত
Hojai, Hojai | Aug 27, 2025
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাবে হোজাই জিলাৰ জোৰাপুখুৰীস্হিত জিলা অসামৰিক চিকিৎসালয়ৰ সন্মূখত থকা স্হায়ী গণেশ মন্দিৰত আজিৰ পৰা ৪ দিনিয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হৈছে গণেশ পূজা।যোৱা বছৰ গণেশ চতুৰ্থীৰ দিনাই জিলা অসামৰিক চিকিৎসালয়খনৰ সন্মূখত উক্ত গনেশ মন্দিৰ ভাগৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল।লগতে উক্ত মন্দিৰ ভাগৰ প্ৰাণ প্ৰতিষ্ঠা কৰা এবছৰ হোৱাত লগতে গনেশ চতুৰ্থীৰ বাবে অহা ৪ দিনলৈ বৰ্ণাধ্য কাৰ্য্যসূচীৰে গনেশ পূজা অনুষ্ঠিত কৰা হৈছে।