Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: শোণিতপুৰ জিলাৰ ঢেকিয়াজুলীৰ মিঠাআম বঙালী গাঁৱত কৰম উৎসৱ উদ্‌যাপন

Dhekiajuli Part, Sonitpur | Sep 7, 2025
শোণিতপুৰ জিলাৰ ঢেকিয়াজুলীৰ মিঠাআম বঙালী গাঁৱত দেওবাৰে সন্ধিয়া ৬ বাজি ৩০ মিনিটত উদ্‌যাপন কৰিছে কৰম উৎসৱ ৷ উল্লেখ্য যে কঠোৰ নিয়মনীতিৰ মাধ্যমেৰে মিঠাআম বঙালী গাঁৱত ময়ুৰ কৃষ্টি সংঘৰ উদ্যোগত উদ্‌যাপন কৰা হয় ২৪ তম "কৰম"উৎসৱ ৷ প্ৰতি বছৰৰ দৰে এই বৰছো আদিবাসী সম্প্ৰদায়ৰ লোকসকলে নিজৰ জাতীয় পৰম্পৰা ৰক্ষা কৰি উদ্‌যাপন কৰে উক্ত কৰম উৎসৱ ৷ মিঠাআম বঙালী গাঁৱত উদ্‌যাপন কৰা কৰম উৎসৱৰ অনুষ্ঠানত এক উদুলিমুদুলি পৰিবেশ ৷
Read More News
T & CPrivacy PolicyContact Us