This browser does not support the video element.
আমগুৰি: আমগুৰিৰ লগতে উজনি অসম ত্যাগ কৰিবলৈ আমগুৰিত সন্দেহযুক্ত মিঞাক সকিয়নি প্ৰদান কৰিলে অসমীয়া যুৱ মঞ্চই
Amguri, Sivasagar | Aug 22, 2025
আমগুৰিৰ লগতে উজনি অসম ত্যাগ কৰিবলৈ আমগুৰিত সন্দেহযুক্ত মিঞাক সকিয়নি প্ৰদান কৰিলে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পদক আকাশ শইকীয়াই।মিঞা মানেই গৰু চোৰ,মিঞা মানে নকল সোণ আৰু নকল টকাৰ সৰৱৰাহকাৰী বুলি অভিহিত কৰে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়াই।মিঞা উচ্চেদতে ক্ষান্ত নাথাকি অবৈধ বাংলাদেশী মিঞাক বিতাৰণৰ ব্যৱস্থা কৰিবলৈ শুক্ৰবাৰে আমগুৰিত মুখ্যমন্ত্ৰীলৈ আহ্বান জনালে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়াই।