Download Now Banner

This browser does not support the video element.

সোণাৰি: সামৰণি পৰিল চৰাইদেউ চেপনৰ দশম বাৰ্ষিক কেন্দ্ৰীয় কৰম সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানৰ

Sonari, Charaideo | Sep 14, 2025
পবিত্ৰ ভাদ মাহৰ আগমনৰ লগে লগে ঢোল, মাদলৰ শব্দত কৰম পূজা স্থলী মুখৰিত হৈ পৰে। চেপনত অনুষ্ঠিত কৰম পূজাত সকলো জাতি-বৰ্ণৰ লোকেই অংশগ্ৰহণ কৰে, আৰু কৰম স্থলী ৰঙীন সাজেৰে সজ্জিত হয়। এই উৎসৱই স্থানীয় সংস্কৃতি, সমাজ আৰু ধৰ্মীয় ঐক্যৰ প্ৰতীক হিচাপে পৰিচিত। চেপন কৰম পূজাই সকলো জাতি-বৰ্ণৰ লোককে একেলগে একস্থানত অনুষ্ঠান পালন কৰাৰ সুযোগ প্ৰদান কৰি আহিছে। পুৱা প্ৰায় ৪ বজালৈকে আচুৰ্য বৰপাত্ৰৰ গীতেৰে মুখৰিত হ'ল কৰম পূজা স্থলী।এই অনুষ্ঠানত আছুৰ সভাপতি উৎপল শৰ্মাই অংশগ্ৰহণ কৰি কয়
Read More News
T & CPrivacy PolicyContact Us