Install App
ziaulali
This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: মেধাবি ছাত্র চন্দন হাজৰিকাৰ মৃত্যুৰ লগত জৰিত দুখিক কঠোৰ শাস্তিৰ দাবীত উত্তৰ লখিমপুৰত প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ
North Lakhimpur, Lakhimpur | Aug 30, 2025
কটন বিশ্ববিদ্যালয়ৰ মেধাবি ছাত্র তথা লখিমপুৰৰ নৰাগাঁৱৰ যুৱক চন্দন হাজৰিকাৰ মৃত্যুৰ ঘটনাই জোকাৰিছে লখিমপুৰ। উক্ত কটন বিশ্ববিদ্যালয়ৰ মেধাবি ছাত্র চন্দন হাজৰিকাৰ মৃত্যুৰ লগত জৰিত দুখিক কঠোৰ শাস্তিৰ দাবীত শনিবাৰে উত্তৰ লখিমপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিয়ে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!