Download Now Banner

This browser does not support the video element.

ডিফু: বোকাজানত কংগ্ৰেছৰ ব্লক পৰ্যায়ৰ সভা সম্পন্ন

Diphu, East Karbi Anglong | Aug 24, 2025
দেওবাৰে বিয়লি প্ৰায় চাৰি মান বজাত বোকাজান  ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত বোকাজান মণ্ডল কংগ্ৰেছ কমিটিৰ  কংগ্ৰেছৰ ব্লক পৰ্যায়ৰ সভা অনুষ্ঠিত হৈ যায় ৷ উক্ত কাৰ্যসূচীত জিলা কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ৰতন ইংতি ,প্ৰদেশ কংগ্ৰেছৰ নেতা  আৰু কাৰ্বি আংলং জিলাৰ প্ৰভাৰী পল্লৱ চেতিয়া উপস্থিত থাকে , সাধাৰণ সম্পাদক বিতোপন চেতিয়া লগতে উক্ত সভাত কংগ্ৰেছৰ  কাৰ্বি আংলঙ জিলাৰ কেইবাগৰাকী শীৰ্ষ নেতা কৰ্মী উপস্থিত থাকে বুলি জানিব পৰা গৈছে  ৷
Read More News
T & CPrivacy PolicyContact Us