This browser does not support the video element.
আমগুৰি: হালোৱাটিংৰ পৰা নিৰুদ্দেশ হোৱা ছাত্ৰ অৱশেষত পুৱ নিজ গৃহ হালোৱাটিংত উপস্থিত হয়হি
Amguri, Sivasagar | Aug 31, 2025
হালোৱাটিং বজাৰ পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ বাসিন্দা সুক্ৰা মাঝি আৰু ৰমিলা মাঝিৰ কনিষ্ঠ পুত্ৰ চিবা মাঝি যোৱা ২৮ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত সিবাৰ পিতৃ মাতৃয়ে হালোৱাটিং আৰক্ষী থানাত দাখিল কৰিছিল নিৰুদ্দেশ সম্পৰ্কীয় জাননী দাখিছিল কৰিছিল যদিও অৱশেষত দেওবাৰে পুৱা ছাত্ৰ জন নিজ গৃহ হালোৱাটিংত উপস্থিত হয়হি।