Download Now Banner

This browser does not support the video element.

মৰাণ: জনজাতিকৰণ আৰু স্বায়ত্বশাসন প্ৰদানৰ দাবীত মৰাণ নগৰত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰিলে টাই আহোম যুৱ পৰিষদে

Moran, Dibrugarh | Sep 13, 2025
টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে আজি মৰাণ নগৰত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদ আৰু টাই আহোম মহিলা পৰিষদৰ মৰাণ মহকুমা সমিতিয়ে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে '২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্ৱে টাই আহোমসকলক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰাৰ লগতে স্বায়ত্বশাসিত পৰিষদ গঠনৰ দাবী জনাইছে টাইপাই ৷
Read More News
T & CPrivacy PolicyContact Us