Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: ডিজুত মহিলা ৱাৰ্ড সদস্যা আৰু বুথ সভাপতিক গুৰুলা গুৰুলকৈ প্ৰহাৰৰ অভিযোগ ৰঙানদীৰ জেড পি চিৰ বিৰুদ্ধে , ঘটনকলৈ এজহাৰ দাখিল

North Lakhimpur, Lakhimpur | Aug 26, 2025
লখিমপুৰৰ ডিজুত মহিলা ৱাৰ্ড সদস্যা আৰু বুথ সভাপতিক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ ৰঙানদীৰ জেড পিছ চি ৰাজু মাহাতোৰ বিৰুদ্ধে , ঘটনা সন্দৰ্ভত মঙ্গলবাৰে চিলনীবাৰী আৰক্ষী চকীত এজাহাৰ ভোক্তভুগীৰ।সংবাদমাধ‍্যমৰ আগত মন্তব্য ভুক্তভূগীৰ।মহিলা সৱলীকৰণৰ নে মহিলাৰ সন্মান হৰণ।মহিলাক সন্মান কৰিব নাজানে লখিমপুৰ একাংশ বিজেপি কৰ্মীয়ে।নিশা বিজেপি নেত্ৰীৰ বাসগৃহত প্ৰৱেশ কৰি মহিলাক উপৰ্যোপৰি প্ৰহাৰ।ৰঙানদীৰ জেদপিচি ৰাজু মাহাতোৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ ।
Read More News
T & CPrivacy PolicyContact Us