Download Now Banner

This browser does not support the video element.

মৰাণ: খোৱাঙত চাহ বাগিচাৰ মাজত ধ্বংসৰ গৰাহত দুই শতাধিক আহোমৰ মৈদাম,খবৰ নাই পুৰাতত্ত্ব বিভাগৰ ,সংৰক্ষণৰ দাবী দ'ল সংগঠনৰ

Moran, Dibrugarh | Sep 5, 2025
পুৰাতত্ত্ব বিভাগৰ অমনোযোগীতাৰ বাবে ডিব্ৰুগড় জিলা খোৱাঙত প্ৰায় দুই শতাধিক মৈদাম ধ্বংসৰ দিশলৈ গতি কৰিছে । খোৱাং চাহ বাগিচাৰ এলেকাধীন মণিপথাৰত থকা দশৰথ বহিখোৱা বৰফুকনৰ প্ৰায় দুই শতাধিক মৈদাম এতিয়া নিঃশেষ হোৱাৰ দিশত । খোৱাং চাহ বাগিচাৰ মাজত থকা মৈদাম সমূহৰ প্ৰায় সংখ্যকেই বাগিচা কৰ্তৃপক্ষই খহাই শেষ কৰি পেলাইছে  । সংৰক্ষণৰ দাবী দল সংগঠনৰ লগতে সচেতন ৰাইজৰ
Read More News
T & CPrivacy PolicyContact Us