This browser does not support the video element.
ৰঙিয়া ভাগ: মেহমুদ মাদানীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে,ডিমু ডোবক গাঁৱত মেহমুদ মাদানীক লৈ প্ৰতিক্ৰিয়া বিধায়ক ভবেশ কলিতাৰ
Rangia Part, Kamrup | Sep 3, 2025
মেহমুদ মাদানীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে।মাদানীয়ে বাংলাদেশ, পাকিস্তানত গৈ এই ভাষ্য দিয়ক। বুধবাৰে ডিমু ডোবক গাঁৱত মেহমুদ মাদানী সন্দৰ্ভত প্ৰতিক্ৰিয়া বিধায়ক ভবেশ কলিতাৰ। মাদানীক উদ্দেশ্যি বিধায়ক কলিতাই কলে WHO IS MADANI। শীঘ্ৰেই মাদানীৰ ওপৰত আইনগত ব্যবস্থা গ্ৰহণ কৰক। কংগ্ৰেছে মাদানীক ৰঙা দলিছা পাৰি দিছে। জাতি বিদ্বেষী অসম বিদ্বেষী কংগ্ৰেছ মাদানীৰ পক্ষত। কংগ্ৰেছে সদায় জাতিক প্ৰতাৰণা কৰিলে। আমচুকো আক্ৰমণৰ লক্ষ্য বিধায়ক গৰাকীৰ।