Install App
123456789000prasanta
This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: নিখিল বড়ো ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত বাতাচীপুৰত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক ১৩ অনুৰ্ধৰ ফুটবল খেল প্ৰতিযোগিতা
Dhekiajuli Part, Sonitpur | Aug 31, 2025
নিখিল বড়ো ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত বাতাচীপুৰত অনুষ্ঠিত হোৱা চতুৰ্থ বাৰ্ষিক ১৩ অনুৰ্ধৰ শোণিতপুৰ জিলা ভিত্তিত ফুটবল খেল প্ৰতিযোগিতাৰ চুৰান্ত খেলখন দেওবাৰে সন্ধিয়া ৬ বজাত সামৰণি পৰে ৷ আজি অনুষ্ঠিত চুৰান্ত খেলখনত নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও নেতাৰ লগতে শোণিতপুৰ জিলা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷ আজিৰ চুৰান্ত খেলখন বেলশিৰি এবছু আঞ্চলিক ফুটবত দল আৰু নৰ্থ ঢেকীয়াজুলি এবছু আঞ্চলিক ফুটবল দলৰ মাজত অনুষ্ঠিত হয় ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!