Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: শিঙৰী আৰক্ষী চকী এলেকাৰ যুৱতীক মাৰপিট কৰি ধৰ্ষণৰ অপচেষ্টা কৰাৰ অভিযোগ উঠিছে দুই যুৱক আটক শিঙৰী আৰক্ষীৰ ৷

Dhekiajuli Part, Sonitpur | Sep 2, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰী আৰক্ষী চকী এলেকাৰ যুৱতীক মাৰপিট কৰি ধৰ্ষণৰ অপচেষ্টা কৰাৰ অভিযোগ উঠিছে দুই যুৱকৰ বিৰুদ্ধে ৷ সেয়েহে শিঙৰী আৰক্ষী চকী এলেকাৰ পৰা দুই যুৱকক আটক কৰি আনি মংগলবাৰে দিনৰ অনুমানিক ১ বজাত শিঙৰী আৰক্ষী চকীত সুদপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ যুৱক দুজনৰ ওপৰত উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰাম্ভ কৰিছে ৷ আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ আছল ৰহস্য ৷
Read More News
T & CPrivacy PolicyContact Us