Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: বিটিআৰ গোৰখা সমাজে বিটিচি নিৰ্বাচনত UPPL ক সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ প্ৰেছক্লাবত ঘোষনা সংগঠনৰ

Kokrajhar Part, Kokrajhar | Sep 9, 2025
বিটিআৰ গোৰখা সমাজে বিটিচি নিৰ্বাচনত সম্পূৰ্ণ সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ। কোকৰাঝাৰ প্ৰেছ ক্লাব ত মঙলবাৰে সন্ধিয়া ৬ বজাত বিটিআৰ গোৰখা সমাজে সংবাদ মেল সম্বোধন কৰি বিটিচি নিৰ্বাচনত ইউ পি পি এল দলক পূৰ্ণ সমৰ্থন কৰাৰ বাবে ঘোষণা কৰে। বিটিআৰ গোৰখা সমাজ ৰ সভাপতি উত্তম প্ৰধনে প্ৰকাশ কৰি কয় যে প্ৰমোদ বড়ো নেতৃত্ব ইউ পি পি এল দলে চৰকাৰ গঠনৰ পিছত বিটিআৰ ত গোৰখা সকলৰ বিভিন্ন সমস্যা ক সমাধান কৰাৰ লগতে উন্নয়নমূলক কাম কাজ কৰাৰ বাবে প্ৰতিশ্ৰুতি দিয়াৰ বাবে সিদ্ধান্ত।
Read More News
T & CPrivacy PolicyContact Us