Install App
shivbhakti
This browser does not support the video element.
হাজো: ৰামদিয়া বংশী গোপাল ঢাকুৰাপাৰা সত্ৰক লৈ বিতৰ্ক, দুটা ভাগত বিভক্ত সত্ৰখনৰ ভকত বৈষ্ণৱ, ৰামদিয়াত ক্ষোভ প্ৰকাশ একাংশৰ
Hajo, Kamrup | Sep 7, 2025
ৰামদিয়া বংশী গোপাল ঢাকুৰাপাৰা সত্ৰক লৈ বিতৰ্ক। দুই ভাগত বিভক্ত হৈছে সত্ৰ খনৰ অন্তৰ্গত ভকত বৈষ্ণৱ। দেওবাৰে ৰামদিয়াত সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ একাংশৰ। সত্ৰ খনক লৈ দুই পক্ষৰ টনা আজোৰা। দুই পক্ষই দাবী কৰিলে সত্ৰৰ সম্পত্তি। বিতৰ্ক অৱসানৰ বাবে আহিল বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বাবুল চন্দ্ৰ দাস আৰু ডেকা সত্ৰীয়া গৌতম পাঠক।বৈঠকত এখনৰ সমাজৰ লোক উপস্থিত নথকা বাবে নহল কোনো সমাধানসূত্ৰ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!