This browser does not support the video element.
মৰাণ: মৰাণৰ পানীতোলা বৰবিলত নাহৰফুটুকীৰ উপদ্ৰৱ, নাহৰফুটুকীৰ আক্ৰমণত আহত ৩ জন
Moran, Dibrugarh | Aug 23, 2025
মৰাণৰ পানীতোলা বৰবিলত একপ্ৰকাৰে সন্ত্ৰাস সৃষ্টি কৰিছে এটা নাহৰফুটুকীয়ে ৷ দুটা দিনত নাহৰফুটুকীৰ আক্ৰমণত আহত হৈছে তিনিজনকৈ লোক ৷ ইফালে নাহৰফুটুকীৰ উপস্থিতিক লৈ আতংকিত হৈ পৰিছে পানীতোলা বৰবিল গাঁৱৰ ৰাইজে ৷ ৰাইজে নাহৰফুটুকীটো শীঘ্ৰে কৰায়ত্ব কৰিবলৈ বন বিভাগক দাবী জনাইছে