This browser does not support the video element.
ডিফু: বালিপথাৰত ৭ দফীয়া দাবীলৈ বালি পথাৰত উছুকাৰ এঘণ্টীয়া অৱস্থান ধৰ্ণা
Diphu, East Karbi Anglong | Sep 12, 2025
শুকুৰবাৰে পুৱা প্ৰায় ১১ বজাৰ পৰা বালিপথাৰ বজাৰত কাৰ্বি আংলং সন্মিলিত যুৱ ছাত্ৰ সন্থা বালিপথাৰ আঞ্চিলিকৰ উছুকাৰ উদ্যোগত ৭ দফীয়া দাবীলৈ এঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ দাবী সমূহ ক্ৰমে, প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্তৰৰ শিক্ষক পদৰ খালী পদবোৰ অবিলম্বে পূৰণ কৰাৰ দাবী, কাৰ্বি আংলঙৰ আন্তৰাষ্ট্ৰীয় আৰু আন্তঃজিলা সীমান্ত সমস্যাৰ বাবে স্থায়ী সমাধানৰ দাবী, ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতলৰ সমস্যাবোৰৰ বাবে স্থায়ী সমাধানৰ দাবী,