Download Now Banner

This browser does not support the video element.

ডিফু: উত্তৰ বৰবিলত কাৰ্বি সকলৰ ভূমি অধিকাৰক লৈ কে এছএকে ধৰি বিভিন্ন দল-সংগঠনৰ উত্তাল প্ৰতিবাদ

Diphu, East Karbi Anglong | Sep 7, 2025
দেওবাৰে দিনৰ প্ৰায় ২ মান বজাত হাওৰাঘাট মহকুমাৰ উত্তৰ বৰবিলত ষষ্ঠ অনুসূচী ভূক্ত কাৰ্বি আংলঙত ভূমি অধিকাৰকলৈ কেএছএকে ধৰি বিভিন্ন দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলতে অলপতে বঙালী সম্প্ৰদায়ৰ ৰেলীত সপন দাস নামৰ লোক এজনৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য কৰা বুলি অভিযোগ তুলি শীঘ্ৰে সপন দাসক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ৷ প্ৰতিবাদকাৰী নেতাই কয়যে, ১৯৫১ চনতে কাৰ্বি আংলঙক সাংবিধানিক ভাবে ভূমি অধিকাৰ দি সুৰক্ষিত কৰি থৈছে ৷ আমাৰ ভূমিৰ অধিকাৰ সুৰক্ষিত হবই লাগিব ৷
Read More News
T & CPrivacy PolicyContact Us