Download Now Banner

This browser does not support the video element.

মৰাণ: মৰাণৰ ২ নং দিখাৰী গাঁৱত মাহ প্ৰসাদত বিষক্ৰিয়া হৈ শিশু-মহিলাসহ প্ৰায় চল্লিশ গৰাকীৰো অধিক অসুস্থ

Moran, Dibrugarh | Aug 24, 2025
মৰাণৰ ২ নং দিখাৰী গাঁৱত মাহ প্ৰসাদত বিষক্ৰিয়া ৷ শিশু-মহিলাসহ প্ৰায় চল্লিশগৰাকীৰো অধিক অসুস্থ ৷ অসুষ্ঠসকলক মৰাণ-তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰা হৈছে ৷ গুৰুতৰভাৱে অসুষ্ঠ চাৰিগৰাকীক উন্নত চিকিৎসাৰ বাবে  ডিব্ৰুগড়ৰ AMCH-লৈ প্ৰেৰণ কৰা হৈছে ৷ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা
Read More News
T & CPrivacy PolicyContact Us