Download Now Banner

This browser does not support the video element.

হোজাই: জিলা সদৰত জিলা প্ৰশাসন, জিলা শিক্ষা বিভাগ আৰু জিলাৰ সমূহ শিক্ষক সংগঠনৰ উদ্যোগত ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন

Hojai, Hojai | Sep 5, 2025
হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত হোজাই জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু হোজাই জিলাৰ সমূহ শিক্ষক সংগঠনৰ সহযোগত ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন কৰা হয়।শিক্ষক দিৱস উপলক্ষে কাৰ্য্যসূচী অনুসৰি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যঅৰ্পন, বন্তি প্ৰজ্বলন কৰা হয়।অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলে নিজৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানতেই জিলাখনৰ ২৫ জন শিক্ষকক কৃৰ্তী শিক্ষকৰ সন্মানেৰে সন্মানীত কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us