This browser does not support the video element.
ৰঙিয়া ভাগ: ৰঙিয়াৰ মৰাণজানাৰ ছোটশিল গাঁৱত ব্যক্তিগত কোম্পানীক বিদ্যুৎ যোগানৰ বিৰোধিতা কৰি ৰাজপথত ওলাই আহিল ৰাইজ
Rangia Part, Kamrup | Sep 13, 2025
শনিবাৰে ৰঙিয়াৰ মৰাণজানাৰ ছোটশিল গাঁৱৰ ৰাইয়ে ব্যক্তিগত কোম্পানীক বিদ্যুৎ যোগানৰ বিৰোধিতা কৰি ৰঙিয়াৰ ৰাজপথত ওলাই আহিছে। গাঁৱখনত "কামৰূপ ফুৱেল" নামৰ উদ্যোগ স্থাপন কৰা হৈছে, যিটো প্ৰায় এবছৰ পূৰ্বে বন্ধ হৈছিল। উদ্যোগটো পুনৰ চালু কৰাৰ বাবে স্বত্বাধিকাৰীয়ে যো-জা চলাইছে। উদ্যোগ আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় বিদ্যুৎ যোগান গাঁৱৰ ট্ৰেন্সফৰ্মাৰৰ পৰা ধৰা হ'ব। ট্ৰেন্সফৰ্মাৰটো ৰাইজে বহু আবেদনৰ পিছত লাভ কৰিছিল। এতিয়া উদ্যোগটোক যোগান দিলে গাঁৱত সন্ধিয়াৰ সময়ত ভল্টেজ কমি সমস্যা বৃদ্ধি