This browser does not support the video element.
ধেমাজি: ঐক্য মঞ্চৰ উদ্যোগত ধেমাজি চক্ৰ বিষয়া কাৰ্যালয়ৰ সমীপত প্ৰতিবাদী সভা কাৰ্যসূচী
Dhemaji, Dhemaji | Sep 11, 2025
ঐক্য মঞ্চৰ উদ্যোগত ধেমাজি চক্ৰ বিষয়া কাৰ্যালয়ৰ সমীপত প্ৰতিবাদী সভা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিবাদী সভাত কাৰ্যসূচী ধেমাজি উন্নয়ন প্ৰাধিকৰণ চাৰিসীমা ভিতৰত পৰা ধেমাজি সদৰৰ গাঁও সমূহক কৰ্তন কৰি জন সাধাৰণ খেতি মাটি সমূহ ম্যাদী পট্টা প্ৰদান কৰা লগতে ম্যাদী বাবে আবণ্টন পোৱা মাটিৰ প্ৰিমিয়াম হ্ৰাস কৰা দাবী জনাই প্ৰতিবাদী