Download Now Banner

This browser does not support the video element.

হোজাই: হোজাইৰ এটি লাভ জোহাদৰ ঘটনাক লৈ এজনক ২ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে জৰিমনা বিহে হোজাই জিলা মুখ্য ন্যায়ধীশ আদালতে

Hojai, Hojai | Aug 26, 2025
হোজাই জিলা মুখ্য ন্যায়ধীশ আদালতে লাভজেহাদৰ ঘটনা সন্দৰ্ভত একৰামুল হুছেইনক দুইবছৰ কাৰাদণ্ড দিয়াৰ লগতে জৰিমনা বিহে।যোৱা ২২/০২/২০১৫ ত হোজাইৰ এগৰাকী হিন্দু যুৱতীক যুৱক একৰামুল হুছেইনে নিজৰ পৰিচয় লুকুৱাই হিন্দু যুৱক বুলি পৰিচয় দি প্ৰেমৰ প্ৰলোভনেৰে বিৱাহ পাশত আবদ্ধ কৰাইছিল।পৰবৰ্তী সময়ত যুৱতী গৰাকীয়ে সকলো অৱগত হৈ একৰামুলৰ বিৰুদ্ধে হোজাই আৰক্ষী থানাত গোচৰ ৰুজু কৰে। পিছত হোজাই আৰক্ষীয়ে একৰামুলক গ্ৰেপ্তাৰ কৰি জেললৈ কৰে প্ৰেৰণ।একৰামুলক ২ বছৰ আৰু কাৰাদণ্ড বিহে জিলা আদালতে
Read More News
T & CPrivacy PolicyContact Us