This browser does not support the video element.
বিশ্বনাথ: চতিয়াৰ নগদাত বিটিচি নিৰ্বাচনী প্ৰচাৰত প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰানেশ্বৰ বসুমতাৰীৰ বিস্ফোৰক মন্তব্য
Biswanath, Biswanath | Sep 10, 2025
নতুনকৈ বিটিচিত অন্তৰ্ভুক্ত হোৱা বিশ্বনাথ জিলাৰ বিভিন্ন গাঁও সমুহত সৰু সৰু সভা পাতি কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰানেশ্বৰ বসুমতাৰী পুনৰ সক্ৰিয় হৈ নিজ দলৰ প্ৰাৰ্থীক লগত লৈ জিলা খনৰ নগদা অঞ্চলৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে। নিৰ্বাচনী প্ৰচাৰ সভাত বিটিচি সম্পৰ্কত প্ৰাক্তন বিধায়ক গৰাকীয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে ভাৰতীয় সংবিধানৰ মতে দেশৰ যিখিনি এলেকা ছেটেলাইট অটোনমাচ অন্তৰ্ভুক্ত কৰিছে।