Install App
kanakboro82
This browser does not support the video element.
কোকৰাঝাৰ ভাগ: মুখ্যন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ভাগ ভাগ কৰি ৰাজনৈতিক খেল খেলিছে, ফকিৰাগ্ৰামত মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ
Kokrajhar Part, Kokrajhar | Sep 13, 2025
অসমৰ মুখ্যন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক কঠোৰ ভাবে সমালোচনা সাংসদ ৰকিবুল হুচেইনৰ। শনিবাৰে আবেলি ৪ বজাত কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম বিটিচি পৰিষদ সমষ্টিৰ কংগ্ৰেছ ৰ প্ৰাৰ্থী হাচনি আৰা বেগমৰ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীক লক্ষ্য কৰি কঠোৰ ভাবে সমালোচনা কৰে সাংসদ ৰকীবুল হুছেইনে। কংগ্ৰেছ ৰ সাংসদ ৰকীবুল হুছেইনে সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ ত বড়ো জাতিক ভাগ ভাগ বিভাজন কৰি ৰাজনৈতিক লাভালাভ খেল খেলিছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!