Download Now Banner

This browser does not support the video element.

সোণাৰি: সোণাৰিৰ ৰজাঢাপৰ বিভিন্ন ঠাইত দুষ্কৃতিকাৰীয়ে অশ্লীল অপবাদৰ লগালে ফলক,ঘটনা তদন্ত দাবীত জিলা আয়ুক্ত স্মাৰক পত্ৰ প্ৰদান

Sonari, Charaideo | Aug 22, 2025
এখন সুস্থ সমাজক অসুস্থ কৰিবলৈ বিভিন্ন ‌অশ্লীল অপবাদৰ ফলক আঁৰি বিপথে পৰিচালিত কৰাৰ অপচেষ্টা কৰে মানৱ সমাজত থকা একাংশ বিকৃত মনোভাৱৰ দুষ্কৃতিকাৰীৰ। সমাজৰ সচতন মহল বাদেই ছাত্ৰ ছাত্ৰীৰ নামত বিভিন্ন হাতে লিখা অপ বাক্যক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সোণাৰি নগৰৰ ৰজাধাপ অঞ্চলত। নিশাৰ আন্ধাৰত হাতে লিখা নানান অপবাক্যৰ ফলক জ্ঞানৰ মন্দিৰ বিদ্যালয়ৰ দেৱালত আৰু বহু ৰাজহুৱা স্থানত আঁৰি কেইজনমান সচেতন সমাজৰ ব্যক্তিৰ নাম উল্লেখ কৰি ৰজাঢাপ অঞ্চলত এক আতংকৰ সৃষ্টি কৰি আহিছে
Read More News
T & CPrivacy PolicyContact Us