This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: কেহেৰুখন্দাত অনুষ্ঠিত কৰা ৪৯ তম্ কৰম উৎসৱ সামৰণি পৰিল
Dhekiajuli Part, Sonitpur | Sep 6, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত কেহেৰুখন্দাত অনুষ্ঠিত কৰা কৰম উৎসৱ শনিবাৰে পুৱতি নিশা অনুমানিক ৪ বজাত সামৰণি পৰে ৷ উল্লেখ্য যে কেহেৰুখন্দা সেউজী সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত এই বেলি আয়োজন কৰিছিল ৪৯ তম্ কৰম উৎসৱ ৷ কৰ্মতীন সকলে কঠোৰ নিয়মনীতিৰ মাধ্যমেৰে আয়োজন কৰা কৰম উৎসৱৰ সামৰণি পৰিল ৷ আজি এক উদুলিমুদুলি পৰিবেশ দেখিবলৈ পোৱা গল কেহেৰুখন্দাত ৷