Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: বিহপুৰীয়াত আঢ়ৈ ঘন্টাৰ ভিতৰত ১২খন আচনিৰ আধাৰ শিলা স্থাপন কৰিলে বিধায়ক ড° অমিয় কুমাৰ ভূঞাই

Bihpuria, Lakhimpur | Sep 2, 2025
আধাশিলা স্থাপনৰ অভিলেশ গঢ়িলে বিহপুৰীয়াত মঙ্গলবাৰে বিধায়ক অমিয় কুমাৰ ভূঞাই।বিহপুৰীয়া নগৰৰ আঠটা ৱাৰ্ডত বাৰখন আচনিৰ আধাৰ শিলা স্থাপন কৰি বিধায়ক ড°অমিয় কুমাৰ ভূঞাৰ ঘোষনা কৰিলে মঙ্গলবাৰে দূৰ্গা পূজাৰ আগে আগে সম্পূৰ্ণ হব সকলো আচনিৰ কাম।বিহপুৰীয়া নগৰৰ ছয় নম্বৰ ৱাৰ্ড,আঠ নম্বৰ ৱাৰ্ড,সাত নম্বৰ ৱাড,এক নম্বৰ ৱাৰ্ড,চাৰি নম্বৰ ৱাৰ্ডত ৰোড কাম ড্ৰেইন নিৰ্মান আচনিৰ আধাৰ শিলা,বিহপুৰীয়া নগৰৰ মূল পথত ডিভাইদাৰ নিৰ্মাণৰ আধাৰ শিলা,আৰু নগৰৰ জাবৰ নিষ্কাষণক আদি আধাৰশিলা স্থাপন কৰে।
Read More News
T & CPrivacy PolicyContact Us