This browser does not support the video element.
লংকা: হোজাইত বিধায়ক ৰামকৃষ্ণ ঘোষে হোজাই সমষ্টিৰ বিভিন্ন ধৰণৰ ব্যৱসায়ীৰ লগত এক আলোচনাত মিলিত হয়
Lanka, Hojai | May 26, 2025
হোজাইত বিধায়ক ৰামকৃষ্ণ ঘোষে হোজাই সমষ্টিৰ বিভিন্ন ধৰণৰ ব্যৱসায়ীৰ লগত এক আলোচনাত মিলিত হয়। সোমবাৰে দুপৰীয়া ২ মান বজাত হোজাইত হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষে হোজাই সমষ্টিৰ বিভিন্ন ধৰণৰ ব্যৱসায়ীৰ লগত এক আলোচনাত মিলিত হয়। উক্ত আলেচনাত ব্যৱসায়ী সকলৰ দিহা পৰামৰ্শৰ লগতে অভাৱ অভিযোগ বুজ লয় বিধায়ক গৰাকীয়ে । উক্ত ক্ষণত বিধায়ক ৰামকৃষ্ণ ঘোষৰ লগত উপস্থিত থাকে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাঁচা।