Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: থাইলেণ্ডত ৰহস্যজনক মৃত্যু ৰঙিয়াৰ আমিৰ হামজা নামৰ যুৱকৰ,খবৰ লাভ কৰাৰ পিছতে ৰঙিয়াৰ বাসগৃহত কান্দোনৰ ৰোল

Rangia Part, Kamrup | Sep 1, 2025
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্য জনক মৃত্যু।মৃত যুৱকজন ৰঙিয়াৰ আমিৰ হামজা। খবৰ লাভ কৰাৰ পিছতে সোমবাৰে ৰঙিয়াৰ বাসগৃহত কান্দোনৰ ৰোল। যোৱা ২৮ আগষ্টত থাইলেণ্ডলৈ ফুৰিব গৈছিল গৈছিল যুৱক জন। থাইলেণ্ডৰ কাৰাবি দ্বীপৰ সমীপত উদ্ধাৰ কৰা হৈছে যুৱক জনৰ মৃতদেহ।
Read More News
T & CPrivacy PolicyContact Us